Assamese Status Video

0
3346
Assamese Status Video

150+ Latest অসমীয়া অবস্থা ভিডিও Assamese Video Song Status Free Download For Whatsapp Nowadays assamese status video is popular is famous in assam. Because all the people in assam want to set a unique story on their WhatsApp status or Facebook status. In this website, you will get all types of status.

Assamese Status Video 2019

Download

 আন্বাৰ বাস্তৱে ৰিঙিয়াই মাতিবসপোনৰ আঁৰত সাজিব লাগিব ৰঙীণ স্বপ্ন এক অজান দেশত..

Download

অবুজ মনত তুমি উজ্জ্বলতা আনা, 
জ্ঞান এই নহয় কেৱল ধাৰানাও মোৰ প্ৰকাশ কৰা

Download

Bhalpowa Ba Prem Aarombho Hoi Hahire,
Bikokhito Hoi Sumar Porokhere,
Aaru.. Khekh Hoy Sokur Lotokere !

Download

মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়,  প্ৰেম হৈ গলে ৰূপৰ মূল্য জোখা নহয়, 
মাথোঁ এজনকে সপি দিয়া জীৱনৰ সমস্ত,  কিয়নো পচন্দ হোৱা কোনো বস্ত্তৰ মূল্য জোখা নহয় ।

Download

এনেয়ে জানোঁ মনে মনে আছো,
কিবা এটা মইও নিশ্চয় সহ্য কৰিছোঁ ।

Download

Mor Sokut Soku Thoi,
Sokur Bhakha Pohriboloi Khika,
Khokolu Kotha, Mukhere Prokakh Koribo Nowari !

Download

Mor Gun Gai Labh Nai,
Lakhor Major Pora Tomak Moie Basi Aaniso !

Download

অাৰম্ভ হ’ল এক নতুন যাএা,
অতীতক সোঁৱৰণিৰ সফুৰাত শুৱাইবতৰ্মানৰ অাধাৰত,
ভৱিষ্যতৰ ছবি অকাৰ এক নতুন যাএা…

Download

সন্ধিয়াৰ চেঁচা বতাহজাকে আজিতোমাৰ অনুপস্থিতিকঅনুভৱ কৰালেহিমই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকাএক অজান দেশৰ পথিক.

Download

পৃথিৱীৰ প্ৰতিজন মানুহে সুন্দৰ ,
মাথোঁ অসুন্দৰ হল মানুহৰ মনবোৰ ।

Download

এই হৃদয়ে মাথো তোমাকেই বিচাৰি থাকে,
মোৰ প্ৰত্যেকটো উশাহ-নিশাহত মাথো তোমাৰেই নাম থাকে !

Download

বুজিও নুবুজানে কিমান তোমাক বিছাৰো কব খুজিও মই কবলৈ নোৱাৰো কিজানিবা আতৰি যোৱা তুমি মোৰ কাষৰ পৰা

Download

তোমাৰ আৰু মোৰ প্ৰেম পাগলামি, আৰু মই তোমাৰ প্ৰেমত পাগল !

Download

Tomar Khong Aaru Mor Prem Ekei,
Ne Tomar Khong Kome, Ne Mor Prem !

Download

যিদিনাই তুমি অাত্ম-অহংকাৰৰ বস্ত্ৰ পৰিধান কৰিবা, সিদিনাই তুমি নাঙঠ হৈ পৰিবা।

Download

প্ৰকৃততে সেইসকলেহেপ্ৰেমৰ কোমল অনুভূতি বোৰকঅনুভৱ কৰিব পাৰে,
যি সকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে কেৱল মাথো ভাল পাব হে জানে..

Download

জোনটোৰ বৰ অহংকাৰ, তাইৰ হেনো ৰূপ আছে,
কিন্ত্ত জোনে জানে জানো, মোৰ লগত যে কহিনুৰ আছে ( তুমি ) !

Download

তিবোৰ কেতিয়াওঁ হেৰাই নাযায়…
মাথোঁ মানুহবোৰ সলনি হৈ যায় সময়ৰ সোঁতত…

Download

Tumi Etiya Aanor, Hazar Nijok Bujaleo, Tomar Sobi Onoborote Aahi Mor Hiya Aaguri Thake, Poth Dekhua Probhu, Ojanite Jate Bhul Hoy Najay!

Download

সন্ধিয়াৰ চেঁচা বতাহজাকে আজিতোমাৰ অনুপস্থিতিকঅনুভৱ কৰালেহিমই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকাএক অজান দেশৰ পথিক..

Download

জীৱনেই হ’ল বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ধুনীয়া আৰু মহান ব্স্তু…

Download

Tumi Mor Kakhor Pora Aatori Jaboloi Jimane Sesta Nokora Kiyo,
Mor Upakhonay Tomak Aakou Mor Kakholoi Loi Aahibo !

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here